গুৱাহাটী, 30 আগষ্টঃশনিবাৰে নিশা গুৱাহাটী মহানগৰীত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা ৷ নিশা গুৱাহাটী ক্লাৱৰ উৰণীয়া সেঁতুৰ পৰা সৰি পৰে চাৰিচকীয়া বাহন ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল চালক আৰু এজন আৰোহী ৷ সৌভাগ্যক্ৰমে কোনোধৰণৰ গুৰুতৰ আঘাত পোৱা নাই দুয়োগৰাকী ব্যক্তিয়ে ৷ সুৰাপান কৰি গাড়ী চলোৱাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ ৷
গুৱাহাটী ক্লাৱৰ উৰণীয়া সেঁতুৰ পৰা সৰি পৰিল বাহন - গুৱাহাটী ক্লাৱৰ উৰণীয়া সেঁতু
শুকুৰবাৰে নিশা গুৱাহাটী মহানগৰীত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা ৷ গুৱাহাটী ক্লাৱৰ উৰণীয়া সেঁতুৰ পৰা সৰি পৰে চাৰিচকীয়া বাহন ৷

গুৱাহাটী ক্লাৱৰ উৰণীয়া সেঁতুৰ পৰা সৰি পৰিল বাহন
গুৱাহাটী ক্লাৱৰ উৰণীয়া সেঁতুৰ পৰা সৰি পৰিল বাহন