অসম

assam

ETV Bharat / state

বিধানসভাৰ জৰুৰীকালীন অধিৱেশনত "কা" বিৰোধী প্ৰতিবাদ - বিধানসভাৰ জৰুৰীকালীন অধিৱেশনত "কা" বিৰোধী প্ৰতিবাদ

অধিৱেশ‘ৰ আৰম্ভণিৰ পৰাই বিধানসভাৰ মজিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু এ আই ইউ ডিএফৰ বিধায়ক সকলে বিধানসভাৰ বাহিৰত বহি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷

CAA protest in front of assembly
বিধানসভাৰ জৰুৰীকালীন অধিৱেশনত "কা" বিৰোধী প্ৰতিবাদ

By

Published : Jan 13, 2020, 2:04 PM IST

গুৱাহাটী,13 জানুৱাৰীঃ সোমবাৰে অনুষ্ঠিত হৈছে অসম বিধানসভাৰ জৰুৰীকালীন অধিৱেশন ৷ সোমবাৰে পুৱা 9.30 বজাত ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হৈছে অধিৱেশনখন ৷ আনাহতে,অধিৱেশনৰ আৰম্ভণিৰ পৰাই বিধানসভাৰ মজিয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু এ আই ইউ ডিএফৰ বিধায়কসকলে বিধানসভাৰ বাহিৰত বহি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷

বিধানসভাৰ জৰুৰীকালীন অধিৱেশনত "কা" বিৰোধী প্ৰতিবাদ

উল্লেখ্য যে,বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই স্পষ্ট কৰি দিছিল যে,কেন্দ্ৰীয় চৰকাৰে জাতি ধ্বংসী এই আইনখন জনসাধাৰণৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিছে ৷ ই কেতিয়াও মানি লোৱা নহয় ৷ ইয়াৰ বিৰুদ্ধে সোমবাৰৰ অধিৱেশনৰ মজিয়াত সৰৱ ভূমিকা গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰিছিল শইকীয়াই ৷

বিধানসভাৰ জৰুৰীকালীন অধিৱেশনত "কা" বিৰোধী প্ৰতিবাদ

লগতে পঢ়ক-বৰফৰ শুভ্ৰ দলিচাৰে মায়াময় মায়’ডিয়া

ABOUT THE AUTHOR

...view details