অসম

assam

ETV Bharat / state

পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য - undefined

মহানগৰীত পেট্ৰ'লৰ মূল্য ৬৯.৯১ আৰু ডিজেলৰ মূল্য ৬৬.১৯ টকা

PETROL-DIESEL

By

Published : Feb 15, 2019, 11:35 AM IST

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী: মহানগৰীত শুকুৰবাৰে বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য ।

VIDEO
প্ৰতিলিটাৰ পেট্ৰ'লত ৮ পইচা আৰু ডিজেলত ১০ পইচাকৈ বৃদ্ধি।

গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৬৯.৯১ আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৬.১৯ টকা।

For All Latest Updates

ABOUT THE AUTHOR

...view details