অসম

assam

ETV Bharat / state

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি - Fani

বিধ্বংসী সাগৰীয় ধুমুহা ফণীৰ প্ৰভাৱ অসমতো পৰিছে ৷ আনহাতে ফণীৰ প্ৰভাৱত অহা ধাৰাষাৰ ধুমুহা বৰষুণৰ ফলত গুৱাহাটীত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷

গুৱাহাটীৰ ওচৰত বৃদ্ধি লুইতৰ জলস্তৰ

By

Published : May 4, 2019, 8:43 PM IST

গুৱাহাটী, 4 মেঃ সাগৰীয় ধুমুহা ফণীৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বৃদ্ধি পাইছে লুইতৰ জলস্তৰ ৷

গুৱাহাটীৰ ওচৰত বৃদ্ধি লুইতৰ জলস্তৰ

ঘূৰ্ণি বতাহ ফণীৰ প্ৰভাৱতে ৰাজ্যত হোৱা প্ৰবল বৃষ্টিপাতৰ লগতে এইদৰে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ শনিবাৰে দিনৰ ভাগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বৃদ্ধি পায় জলস্তৰ ৷ প্ৰতি ঘন্টাত প্ৰায় 1ৰ পৰা 2 চেন্টিমিটাৰ বৃদ্ধি পোৱা লুইতৰ জলস্তৰে শনিবাৰে 16 চেন্টিমিটাৰ চুইছে ৷ ধুমুহাৰ প্ৰভাৱ ৰাজ্যৰ ধুবুৰী, মানকাচাৰ, গোৱালপাৰা জিলাত অধিক পৰা পৰিলক্ষিত হৈছে ।

ABOUT THE AUTHOR

...view details