অসম

assam

ETV Bharat / state

নতুন ৰূপত চলিব ব্ৰহ্মপুত্ৰ মেইল

অহা ২০ জুলাইৰ পৰা পূৰ্বৰ নীলা ৰঙৰ সলনি ৰঙা ৰঙত দেখিবলৈ পোৱা যাব পূৰ্বোত্তৰৰ অন্যতম ৰে'ল ব্ৰহ্মপুত্ৰ মেইলক

By

Published : Jul 18, 2019, 9:11 PM IST

নতুন ৰূপত চলিব ব্ৰহ্মপুত্ৰ মেইল

গুৱাহাটী, 18 জুলাইঃ :অহা ২০ জুলাইৰ পৰা আনুষ্ঠানিকভাৱে ডিব্ৰুগড় নতুন দিল্লী অভিমুখী ব্ৰহ্মপুত্ৰ মেইল চলিব নতুন ৰূপত । পূৰ্বোত্তৰৰ বিখ্যাত নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰেলক আধুনিকীকৰণৰ পিছত এইবাৰ ব্ৰহ্মপুত্ৰ মেইলক LHB লৈ উন্নত কৰাৰ পদক্ষেপ হাতত লৈছে ৰেল বিভাগে । পূৰ্বৰ নীলা ৰঙৰ সলনি ৰঙা ৰঙত দেখিবলৈ পোৱা যাব পূৰ্বোত্তৰৰ অন্যতম ৰে'ল ব্ৰহ্মপুত্ৰ মেইলক । যাত্ৰীৰ বাবে সকলো সুবিধা উপলব্ধ থকা ৰেলখনত থাকিব পূৰ্বতকৈও অধিক আৰামদায়ক দবা । ইয়াৰোপৰি যাত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা থকাৰ লগতে দুৰ্ঘটনা প্ৰতিৰোধ কৰিব পৰা ক্ষমতাও থাকিব ৰেলখনত ।

নতুন ৰূপত চলিব ব্ৰহ্মপুত্ৰ মেইল

ABOUT THE AUTHOR

...view details