- গুৱাহাটীত বোমা বিস্ফোৰণ
- দায়িত্ব স্বীকাৰ বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ
- আহতৰ সংখ্যা 11 গৰাকীলৈ বৃদ্ধি
- গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয়ত উপস্থিত হৈ আহতসকলৰ স্বাস্থ্যৰ বুজ ল'লে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু কামৰূপ মেট্ৰ'ৰ উপায়ুক্তই
- ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ সনঞ্চালক প্ৰধান কুলধৰ শইকীয়া
- তন্ন তন্নকৈ পৰিদৰ্শন কৰিলে ঘটনাস্থলী
- বিস্ফোৰণত আহত সকলৰ নাম অমূল্য লালন,ৰমেশ লাল,অমিত খাছাঁ,ৰিয়া খাছাঁ আৰু বাকী চাৰি গৰাকীৰ নাম জানিব পৰা হোৱা নাই
- অমিত খাছাঁ আৰু ৰিয়া খাছাঁক উন্নত চিকিৎসাৰ বাবে নেমকেয়াৰ হাস্পতাললৈ প্ৰেৰণ
- চকু আৰু ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে অমিত খাছাঁ
- ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৰিয়া
- আহত সকলৰ মাজৰ দুজন এছ এছ বি জোৱান
- আহত অমূল্য লালন আৰু ৰিয়া খাছাঁ গীতানগৰৰ বাসিন্দা
- বিস্ফোৰণৰ ঘটনাক তীব্ৰ নিন্দা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- আৰক্ষী সঞ্চালক প্ৰধানক সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ
- জু ৰোডৰ সমীপত সংঘটিত হৈছিল বিস্ফোৰণ
- বিস্ফোৰণক লৈ অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি
- গুৰুতৰভাৱে আহত ছগৰাকীকৈ লোকক প্ৰেৰণ জি এম চি এইচ লৈ
গুৱাহাটী বিস্ফোৰণ : আহতৰ সংখ্যা ১১ লৈ বৃদ্ধি - বোমা বিস্ফোৰণ
গুৱাহাটীত বোমা বিস্ফোৰণ
2019-05-15 19:55:40
গুৱাহাটী বিস্ফোৰণ : আলফা স্বাধীনৰ দায়িত্ব স্বীকাৰ
Last Updated : May 15, 2019, 11:21 PM IST