অসম

assam

ETV Bharat / state

পুলৱামা কাণ্ডৰ বিৰুদ্ধে গুৱাহাটীত হিন্দুস্তান নিৰ্মাণ দলৰ প্ৰতিবাদ - গুৱাহাটী

পাকিস্তানৰ পতাকা জ্বলাই প্ৰতিবাদ

পুলৱামা কাণ্ডৰ বিৰুদ্ধে গুৱাহাটীত হিন্দুস্তান নিৰ্মাণ দলৰ প্ৰতিবাদ

By

Published : Feb 15, 2019, 9:41 PM IST

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰীঃজম্মু কাশ্মীৰত সংঘটিত হোৱা সন্ত্ৰাসাবাদী আক্ৰমণৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত বিক্ষোপ প্ৰদৰ্শন হিন্দুস্তান নিৰ্মাণ দলৰ ।

পুলৱামা কাণ্ডৰ বিৰুদ্ধে গুৱাহাটীত হিন্দুস্তান নিৰ্মাণ দলৰ প্ৰতিবাদ

সংগঠন টোৱে পাকিস্তানৰ পতাকা জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদকাৰীয়ে পাকিস্তান বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ । বৃহস্পতিবাৰে সন্ত্ৰাসবাদীৰ ভয়ংকৰ আত্মঘাতী বোমাৰু আক্ৰমণত প্ৰায় ৪৪ জন সৈনিকে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল । ইয়াৰ পিচতে এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে দেশৰ বিভিন্ন মহলে ।

ABOUT THE AUTHOR

...view details