বিজেপিৰ অগ্ৰগতিত আনন্দিত নেতা-কৰ্মী - guwahati_LS
মণিৰাম দেৱান ট্ৰেড চেন্টাৰৰ ভোটগণনা কেন্দ্ৰৰ বাহিৰত বিজেপি সমৰ্থকৰ বিজয় উল্লাস । গুৱাহাটীত কুইন ওজাৰ বিজয় নিশ্চিত বুলি দাবী সমৰ্থকসকলৰ । আকৌ এবাৰ মোডী চৰকাৰ ধ্বনি সমৰ্থকসকলৰ।
![বিজেপিৰ অগ্ৰগতিত আনন্দিত নেতা-কৰ্মী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3363280-678-3363280-1558610573202.jpg)
বিজেপিৰ অগ্ৰগতিত সুখী বিজেপি সমৰ্থক !
কামৰূপ ,২৩ মে' : বিজেপি দলৰ অগ্ৰগতিত উৎফুল্লিত হৈ পৰিছে দলীয় কৰ্মীসকল । মণিৰাম দেৱান ট্ৰেড চেন্টাৰৰ ভোটগণনা কেন্দ্ৰৰ বাহিৰত বিজেপি সমৰ্থকৰ বিজয় উল্লাস । গুৱাহাটীত কুইন ওজাৰ বিজয় নিশ্চিত বুলি দাবী সমৰ্থকসকলৰ । আকৌ এবাৰ মোডী চৰকাৰ ধ্বনি সমৰ্থকসকলৰ।
বিজেপিৰ অগ্ৰগতিত সুখী বিজেপি সমৰ্থক !