জাকিৰ হুছেইন চিকদাৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'বঃ ৰূপম গোস্বামী - এনআৰচি
সংবাদমাধ্যমত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰক কৰে তীব্ৰ সমালোচনা ৷ বিধায়ক জাকিৰ হুছেইন চিকদাৰে এন আৰ চি সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে।
বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল
গুৱাহাটী, 13 মে’: সোমবাৰে বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে এক সংবাদমেল যোগে সংবাদ মাধ্যমত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰক কৰে তীব্ৰ সমালোচনা ৷ বিধায়ক জাকিৰ হুছেইন চিকদাৰে এন আৰ চি সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে ।