মহানগৰীত ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ - ৰাজীৱ ভৱন অভিমুখী প্ৰতিবাদকাৰী দলক আৰক্ষীৰ বাধা
মহানগৰীৰ খ্ৰীষ্টান বস্তিত কংগ্ৰেছ দল তথা ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ ৷ ৰাজীৱ ভৱন অভিমুখী প্ৰতিবাদকাৰী দলক বাধা প্ৰদান আৰক্ষীৰ ৷ ৰাফেল চুক্তি পুনৰীক্ষণৰ আবেদনকাৰী ৰাহুল গান্ধীক ক্ষমা খোজাৰ দাবী প্ৰতিবাদকাৰীৰ ৷ এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন :

মহানগৰীৰ ৰাজপথত বিজেপিৰ উত্তাল প্ৰতিবাদ
গুৱাহাটী, নৱেম্বৰ 16 : মহানগৰীৰ খ্ৰীষ্টান বস্তিত কংগ্ৰেছ দল তথা ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ ৷ ৰাজীৱ ভৱন অভিমুখী প্ৰতিবাদকাৰী দলক বাধা প্ৰদান আৰক্ষীৰ ৷ ৰাফেল চুক্তি পুনৰীক্ষণৰ আবেদনকাৰী ৰাহুল গান্ধীক ক্ষমা খোজাৰ দাবী প্ৰতিবাদকাৰীৰ ৷ এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন :
ৰাহুল গান্ধী তথা কংগ্ৰেছৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ বিজেপিৰ
Last Updated : Nov 16, 2019, 7:50 PM IST
TAGGED:
bjp protest against congress