অসম

assam

ETV Bharat / state

ৰাজ্যত আৰম্ভ হ'ল অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ - লাচিত নগৰ এল.পি স্কুল

লাচিত নগৰ এল.পি স্কুল 7 নং ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান কৰিলে বিজেপিৰ প্ৰাৰ্থী কুইন ওজায়ে ৷

ৰাজ্যত আৰম্ভ হ'ল অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ

By

Published : Apr 23, 2019, 9:51 AM IST

গুৱাহাটী , 23 এপ্ৰিলঃমঙলবাৰে ৰাজ্যত অনুষ্ঠিত হয় 2019 লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ পুৱাই লাচিত নগৰ এল.পি স্কুল 7 নং ভোট গ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে বিজেপিৰ প্ৰাৰ্থী কুইন ওজায়ে ৷ পুৱা 7 বজাৰ পৰা মহানগৰীৰ ভোট কেন্দ্ৰ সমূহত ৰাইজৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে ৷ গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক আকাশ হাজৰিকাৰ এক প্ৰতিবেদন ৷

ৰাজ্যত আৰম্ভ হ'ল অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ

ABOUT THE AUTHOR

...view details