- বাইহাটা চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা
- দুৰ্ঘটনাত গুৰুতৰ বাবে আহত বাইক আৰোহী
- অচিনাক্ত বাহনক খুন্দিওৱাৰ ফলত আহত বাইক আৰোহী
- আহত ব্যক্তিগৰাকী বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মান্দাকাটাৰ চাহিদুল হক ইছলাম
- বাইহাটা চাৰিআলিৰ পৰা ৰঙিয়া অভিমূখে আহি থকা অৱস্থাত এই দুৰ্ঘটনা বাইহাটা চাৰিআলিত পথ দুৰ্ঘটনা, আহত বাইক আৰোহী
- ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা
- দুৰ্ঘটনাগ্ৰস্ত পালচাৰ বাইকখনৰ নম্বৰ হৈছে AS 01 BV 5155
- ততাতৈয়াকৈ প্ৰথম অৱস্থাত কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত প্ৰেৰণ চাহিদুলক
- পিচত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ চাহিদুলক
বাইহাটা চাৰিআলিত পথ দুৰ্ঘটনা, আহত বাইক আৰোহী - ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ
বাইহাটা চাৰিআলিত পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত গুৰুতৰ বাবে আহত বাইক আৰোহী ।
![বাইহাটা চাৰিআলিত পথ দুৰ্ঘটনা, আহত বাইক আৰোহী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4378675-324-4378675-1567956063893.jpg)
বাইহাটা চাৰিআলিত পথ দুৰ্ঘটনা, আহত বাইক আৰোহী