অসম

assam

ETV Bharat / state

জি আই এম টিত বিশেষ অনুষ্ঠান - সংবাদমেল

দেশৰ বিভিন্ন প্ৰান্তৰ বহু শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব স্মাৰ্ট ইণ্ডিয়া হেকাথ'নত

গুৱাহাটীত Smart India Hackathon ৰ সংবাদমেল

By

Published : Mar 1, 2019, 7:55 PM IST

গুৱাহাটী,১মাৰ্চ: শনিবাৰৰ পৰা গিৰাজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্টেএণ্ড টেকন'লজীত আৰম্ভ হ'বস্মাৰ্ট ইণ্ডিয়া হেকাথ'ন নামেৰে এক বিশেষ অনুষ্ঠান।

গুৱাহাটীত Smart India Hackathon ৰ সংবাদমেল
কাৰিকৰী তথা ছফটৱেৰ শিক্ষাৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ। অনুষ্ঠানত দেশৰ বহহু আগশাৰীৰ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ লগতে বিশেষজ্ঞই অংশগ্ৰহণ কৰিব বুলি এক সংবাদমেলযোগে প্ৰকাশ কৰে উদ্যোক্তাসকলে।

ABOUT THE AUTHOR

...view details