অসম

assam

ETV Bharat / state

মহিলাৰ বাবে আয়ুৰসুন্দ্ৰা হাস্পতালত বিশেষ পদক্ষেপ - আয়ুৰসুন্দ্ৰা হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ আয়না বৰঠাকুৰ

মহানগৰীৰ গড়চুকস্থিত আয়ুৰসুন্দ্ৰা হাস্পতালত A WELL WOMEN HELATH CHECKUP নামৰ এটা PACKAGE আৰম্ভ ৷

মহিলাৰ বাবে আয়ুৰসুন্দ্ৰা হাস্পতালত বিশেষ পদক্ষেপ
মহিলাৰ বাবে আয়ুৰসুন্দ্ৰা হাস্পতালত বিশেষ পদক্ষেপ

By

Published : Jan 11, 2020, 5:35 AM IST

গুৱাহাটী, 11 জানুৱাৰীঃসমগ্ৰ দেশৰ লগতে অসমতো কৰ্কট ৰোগে লৈছে ভয়াৱহ ৰূপ। প্ৰাথমিক পৰীক্ষা নকৰাৰ ফলতেই এই ৰোগে ভয়াৱহ ৰূপ লয় ৷ এই ৰোগ সমূহ ৰোধ কৰাৰ বাবে মহানগৰীৰ গড়চুকস্থিত আয়ুৰসুন্দ্ৰা হাস্পতালে লৈছে এক বিশেষ পদক্ষেপ ৷ মহিলাসকলৰ বাবে হাস্পতালখনে আৰম্ভ কৰিছে 'A WELL WOMEN HEALTH CHECKUPনামৰ এটাPACKAGEআগবঢ়াইছে । যাৰ জৰিয়তে মহিলাসকলৰ শৰীৰৰ প্ৰয়োজনীয় সকলো পৰীক্ষা কৰিব পাৰিব । 60 শতাংশ ৰেহাই মূল্যত সকলো শ্ৰেণীৰ মহিলাই যাতে এই পৰীক্ষা কৰাব পাৰে তাৰ বাবে এই অভিযান আৰম্ভ কৰা হৈছে ৷

আয়ুৰসুন্দ্ৰা হাস্পতালত A WELL WOMEN HELATH CHECKUP PACKAGE

এই অভিযানে মহিলাসকলৰ স্তন কৰ্কট ৰোগৰ সম্ভাৱনা ধৰা পেলাবলৈ ৰক্তচাপ পৰীক্ষা, কলেষ্টেৰল নিৰীক্ষণ, ডায়েবেটিজ আদিও সাঙুৰি ল'ব। ইটিভি ভাৰতৰ জৰিয়তে মহিলাসকলক শীঘ্ৰে হস্পিতালখনৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনালে আয়ুৰসুন্দ্ৰা হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ আয়না বৰঠাকুৰে

বিশেষকৈ মহিলাসকলক এনেধৰণৰ জটিল ৰোগৰ পৰা হাত সাৰি ৰাখিবলৈ এই অভিযান আৰম্ভ কৰিছে হাস্পতাল কৰ্তৃপক্ষই।

ABOUT THE AUTHOR

...view details