- আজিৰে পৰা আৰম্ভ হ'ল অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন
- 6 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই অধিৱেশন
- অধিৱেশনৰ সময়ত সৃষ্টি হ'ব পৰা উত্তাল প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি জনতা ভৱনৰ ভিতৰে বাহিৰে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা
- অধিৱেশন চলি থকাৰ সময়ত জনতা ভৱনৰ চাৰিওফালে অৰ্থাৎ জি.এছ ৰোডৰ কাষত কোনো লোকে ৰখাব নোৱাৰিব গাড়ী ৷ আৰম্ভ হ'ল অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন
আৰম্ভ হ'ল অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন - assmebly
শুক্ৰবাৰৰ পৰা অনুষ্ঠিত হ'ব লগা অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা
![আৰম্ভ হ'ল অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3949561-thumbnail-3x2-hsd---copy.jpg)
আৰম্ভ হ'ল অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন