অসম

assam

বিধানসভাত মত বিনিময় অনুষ্ঠান

By

Published : Feb 24, 2019, 4:36 AM IST

অসমৰ কলা-সংস্কৃতিৰ সম্পৰ্কত বিশেষ আলোচনা

বিধানসভাৰ কেন্দ্ৰীয় সভা কক্ষত মত বিনিময় অনুষ্ঠান


গুৱাহাটী,২৩ ফেব্ৰুৱাৰীঃ অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ উদ্যোগত বিধানসভাৰ কেন্দ্ৰীয় সভাকক্ষত এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

বিধানসভাৰ কেন্দ্ৰীয় সভা কক্ষত মত বিনিময় অনুষ্ঠান
অসমৰ কলা-সংস্কৃতিৰ সংৰক্ষণ আৰু বিকাশৰ বিভিন্ন দিশ সমূহ এই সভাত আলোচনা কৰা হয়। সাংস্কৃতিক জগতৰ বিভিন্ন বিভাগৰ প্ৰতিনিধি সকল উপস্থিত থাকি চৰকাৰক ভিন্ন সমস্যা সমূহৰ বিষয়ে অৱগত কৰে । সভাত অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী , উপাধ্যক্ষ কৃপনাথ মাল্লা , বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে কেইবাজনো বিধায়ক উপস্থিত থাকে ।

ABOUT THE AUTHOR

...view details