অসম

assam

ETV Bharat / state

"অসম যোগ কুমাৰী" জেনিফাই অংশগ্ৰহণ কৰিব আন্তৰ্জাতিক যোগাসন প্ৰতিযোগিতাত - আন্তৰ্জাতিক যোগাসন প্ৰতিযোগিতা

যোগাসনত অসম কন্যাৰ সফলতা ৷ আন্তৰ্জাতিক যোগাসন প্ৰতিযোগিতালৈ আমন্ত্ৰিত 'অসম যোগ কুমাৰী'।

" অসম যোগ কুমাৰী " জেনিফাই অংশগ্ৰহণ কৰিব আন্তৰ্জাতিক যোগাসন প্ৰতিযোগিতাত

By

Published : Sep 11, 2019, 9:43 PM IST

কামৰূপ,11 চেপ্তেম্বৰঃ যোগাসনত অসম কন্যাৰ সফলতা ৷ আন্তৰ্জাতিক যোগাসন প্ৰতিযোগিতালৈ আমন্ত্ৰিত 'অসম যোগ কুমাৰী '। গুৱাহাটীৰ চাংসাৰীৰ দহ বছৰীয়া কণমাণি তথা 'অসম যোগ কুমাৰী' হিচাপে পৰিচিত জেনিফা আফৰিন আহমেদে হাৰিয়ানাত অনুষ্ঠিত হ'ব লগা আন্তৰ্জাতিক যোগাসন প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰিছে ৷ প্ৰতিযোগিতা খনিৰ বাবে এতিয়া কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে কণমাণি গৰাকী ৷ ইয়াৰ মাজতে বুধবাৰে বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাই জেনিফাক সম্বৰ্ধনা জনোৱাৰ লগতে সফলতা কামনা কৰে ৷

" অসম যোগ কুমাৰী " জেনিফাই অংশগ্ৰহণ কৰিব আন্তৰ্জাতিক যোগাসন প্ৰতিযোগিতাত

ABOUT THE AUTHOR

...view details