দিনৰ 11 বজাৰ শীৰ্ষ দহটা বাতৰি-
1. কৰ্ণাটক : বাছত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ 5 জনৰ মৃত্যু
কৰ্ণাটকত বাছত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ 5 জনৰ ঘটনাস্থলীতে মৃত্যু ৷
2. জম্মু-কাশ্মীৰত চাৰ্ভিচ পিষ্টলেৰে গুলিয়াই আত্মহত্যাৰ চেষ্টা জোৱানৰ
3. উবেৰাইজেছন আঁচনিত অনুমোদন ৰাজ্যিক কেবিনেটৰ: অশোক ভট্টৰায়
4.101 সংখ্যক জন্ম বাৰ্ষিকীত বিক্ৰম ছাৰাভাইৰ বিষয়ে জানো আহক...
5. বকোত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ