দুপৰীয়া 1 বজাৰ মুখ্য দহটা বাতৰি-
1. মাজবাটত আৰক্ষীৰ অভিযানত জব্দ হস্তনিৰ্মিত অস্ত্ৰ
2. ঐতিহাসিক পাটকাই পাহাৰত চ্যাও চেং ৰেং নিৰ্মাণৰ লাইখুঁটা স্থাপন
3. নগাঁৱৰ মুক্তিযোদ্ধালৈ ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান
4.বিচ্ছিন্ন পথে জীয়াতু ভোগাইছে কাছাৰৰ তাপাং জিপিৰ চামৰকোনাবাসীক
5. বনকৰ্মী বনাম বনমাফিয়াঃ চোকা অস্ত্ৰৰে আক্ৰমণ বনকৰ্মীক