দুপৰীয়া 1 বজাৰ মুখ্য দহটা বাতৰি-
1. বাঘজানৰ তৈলখাদৰ পৰা নিৰ্গত গেছে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাইছে : WIIৰ প্ৰতিবেদন
2. কণী উৎপাদনেৰেও হ'ব পাৰে স্বাৱলম্বী: শিল্পী মানস ৰবীন
3. কৰিমগঞ্জত দেওবাৰে কৰ’ণা আক্ৰান্ত ৰোগীৰ মৃত্যু
কৰিমগঞ্জত প্ৰতিদিনে বৃদ্ধি পাইছে ভ্ৰমণ বৃত্তান্ত বিহীন কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ।
4. বিশিষ্ট সংগীত শিল্পী যজ্ঞ বেজবৰুৱাৰ দেহৱসান
5.চৰাইদেউত বন্যহস্তীৰ তাণ্ডৱ