চিৰিয়াখানাত আৰম্ভ হ'ল অনলাইন টিকট ব্যৱস্থা - অনলাইন টিকট
চিৰিয়াখানাৰ দৰ্শনাৰ্থীৰ বাবে সুখবৰ । এতিয়াৰে পৰা ঘৰত বহিয়েই অনলাইনৰ জৰিয়তে বুক কৰিব পাৰিব টিকট ।
![চিৰিয়াখানাত আৰম্ভ হ'ল অনলাইন টিকট ব্যৱস্থা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4188484-thumbnail-3x2-k.jpg)
চিৰিয়াখানাত আৰম্ভ হ'ল অনলাইন টিকট ব্যৱস্থা
গুৱাহাটী,20আগষ্টঃ বৰ্ধিত দৰ্শনাৰ্থীৰ সুবিধাৰ্থে বাবে অসম ৰাজ্যিক চিৰিয়াখানাই লৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এতিয়াৰে পৰা টিকটৰ বাবে শাৰী পাতিব নালাগে কোনো দৰ্শনাৰ্থীয়ে।কিয়নো এতিয়াৰে পৰা দৰ্শনাৰ্থীয়ে অনলাইন যোগেও টিকেট বুক কৰিব পাৰিব ৷ চাওক এক প্ৰতিবেদনঃ
চিৰিয়াখানাত আৰম্ভ হ'ল অনলাইন টিকট ব্যৱস্থা