অসম

assam

ETV Bharat / state

ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, এজনৰ অৱস্থা সংকটজনক

ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা । এখন ফিগ' আৰু বাইকৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো । গুৱাহাটী অভিমুখী এ এছ ১২ ডব্লিউ ৪০৭৭ নম্বৰৰ ফিগ' বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত কৰে দুৰ্ঘটনাটো ।

By

Published : Jun 30, 2019, 7:33 PM IST

ক্ষেত্ৰীত পথ দুৰ্ঘটনা, গুৰুতৰ আহত ১



গুৱাহাটী, ৩০ জুনঃ

  • ক্ষেত্ৰীত পথ দুৰ্ঘটনা
    ক্ষেত্ৰীত পথ দুৰ্ঘটনা, গুৰুতৰ আহত ১
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন লোক
  • আহত লোকজনৰ নাম পৰিমল বৰ্মন বুলি চিনাক্ত
  • AS12 W4077 নম্বৰৰ ফিগ' বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত কৰে দুৰ্ঘটনাটো
  • আহত লোকজনক ক্ষেত্ৰীৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ

ABOUT THE AUTHOR

...view details