নিউজ ডেস্ক,2 মে'ঃঅসমৰ যি সকল লোক বিভিন্ন কাৰণত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কৰ্মসূত্ৰে, অধ্যয়ন অথবা আন কাৰণত গৈ লক্ ডাউনৰ ফলত আৱদ্ধ হৈ আছে আৰু বৰ্তমান নিজ বাসগৃহলৈ যাব বিচাৰিছে , সেইসকল ব্যক্তিয়ে তলত উল্লেখিত নডেল বিষয়াৰ ফোন নম্বৰত অথবা ই-মেইল যোগে তেওঁলোকৰ সম্পূৰ্ণ তথ্যসহ যোগাযোগ কৰিব পাৰিব ৷
নডেল বিষয়াঃ
1. জি.পি সিং
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন -শৃংখলা )