অসম

assam

ETV Bharat / state

শংকৰদেৱ প্ৰেক্ষাগৃহত 'মূৰ্ত-বিমূৰ্ত নীল-দিপালী' - 'মূৰ্ত-বিমূৰ্ত নীল-দিপালী'

নীলপৱন বৰুৱা আৰু দিপালী বৰঠাকুৰৰ বিৰল প্ৰেম আৰু দুয়োৰে জীৱনৰ আধাৰত প্ৰস্তুত কৰা হৈছে এখন বিশেষ নাট । অহা ৬ আগষ্টত মহানগৰীৰ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ'ব নাটখন ।

শংকৰদেৱ প্ৰেক্ষাগৃহত 'মূৰ্ত-বিমূৰ্ত নীল-দিপালী'

By

Published : Jul 30, 2019, 9:32 AM IST

গুৱাহাটী, ৩০ জুলাইঃ গুৱাহাটীৰ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঞ্চস্থ হ'ব 'মূৰ্ত-বিমূৰ্ত নীল-দিপালী' এখন বিশেষ নাট । নীলপৱন বৰুৱা আৰু দিপালী বৰঠাকুৰৰ বিৰল প্ৰেমৰ আধাৰত নিৰ্মাণ কৰা হৈছে নাটখন ।

শংকৰদেৱ প্ৰেক্ষাগৃহত 'মূৰ্ত-বিমূৰ্ত নীল-দিপালী'
নীলপৱন বৰুৱা আৰু দিপালী বৰঠাকুৰৰ বিৰল প্ৰেম আৰু দুয়োৰে জীৱনৰ আধাৰত প্ৰস্তুত কৰা হৈছে এখন বিশেষ নাট । অহা ৬ আগষ্টত মহানগৰীৰ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ'ব এই বিশেষ নাটখন । 'মূৰ্ত-বিমূৰ্ত নীল-দিপালী' নামৰ এই নাটখন ৰচনা আৰু পৰিচালনা কৰিছে বিনোদ শৰ্মায় । সোমবাৰে মহানগৰীৰ বৰিপাৰাত তাৰোপৰি অহা ২ তাৰিখে বান থিয়েটাৰৰ মঞ্চত মঞ্চস্থ হ'ব এই বিশেষ নাটখনি । যুৱ প্ৰজন্মক বিশেষকৈ দিপালী বৰঠাকুৰ আৰু নীলপৱন বৰুৱাৰ জীৱনধাৰাৰ নাট্যৰূপত প্ৰকাশ কৰাৰ উদ্দেশ্যৰে গন্ধৰ্ব নাট্যগোষ্ঠীয়ে প্ৰস্তুত কৰি উলিয়াইছে এই নাটখন । নাটখনি উপভোগ কৰিবলৈ ৰাইজক আহ্বান জনাইছে কলা-কুশলী সকলে ।

ABOUT THE AUTHOR

...view details