নিউজ ডেস্ক, 7 জুন : ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল (Assam HSLC Exam Results 2022) । 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম দহটা স্থান দখল কৰিবলৈ সক্ষম হৈছে 55 গৰাকী শিক্ষাৰ্থীয়ে ৷ স্থান প্ৰাপকসকল হ’ল ক্ৰমে,
প্ৰথম স্থান : ৰক্তোৎপল শইকীয়া, লখিমপুৰ
দ্বিতীয় স্থান : ভূয়সী মেধি, নলবাৰী
তৃতীয় স্থান :মৃদুপৱন কলিতা, পশ্চিম কাৰ্বি আংলং
তৃতীয় স্থান : লাবীব মুজিব, ডিব্ৰুগড়
তৃতীয় স্থান :পাৰ্থ প্ৰতীম দাস, লখিমপুৰ
1) হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল চতুৰ্থ স্থান : স্বপ্নৰাজ কলিতা, বৰপেটা
চতুৰ্থ স্থান :স্নেহা শইকীয়া, গোলাঘাট
চতুৰ্থ স্থান : সমাদৃতা শৰ্মা, যোৰহাট
চতুৰ্থ স্থান : অন্বেষা বৰা, তিনিচুকীয়া
পঞ্চম স্থান :জুৱেৰ হুছেইন, বৰপেটা
পঞ্চম স্থান : প্ৰাণজিৎ বৰদলৈ, দৰং
পঞ্চম স্থান : শ্বানাজ অঞ্জুম য়াচমিন, যোৰহাট
পঞ্চম স্থান :ইকুইট এবট দত্ত, লখিমপুৰ
2) হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান প্ৰাপকসকলৰ নাম ষষ্ঠ স্থান : বিতোপন মেধি, গোৱালপাৰা
ষষ্ঠ স্থান :মূৰ্চনা বৰ্মন, নলবাৰী
সপ্তম স্থান : জ্যোতিপল তালুকদাৰ, বৰপেটা
সপ্তম স্থান : শৰ্মিষ্ঠা ভাগৱতী, লখিমপুৰ
সপ্তম স্থান : প্ৰিয়ানুজ বৰদলৈ, শিৱসাগৰ
সপ্তম স্থান :দ্বিপশিখা বৰুৱা, শিৱসাগৰ
সপ্তম স্থান : অশ্লেশা শৰ্মা, কামৰূপ মেট্ৰ’
সপ্তম স্থান : নিশা শৰ্মা, কামৰূপ মেট্ৰ’
4) হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অষ্টম স্থান :হৰ্ষিত বৰ্মন, বৰপেটা
অষ্টম স্থান :অলিভিয়া বৰা, যোৰহাট
অষ্টম স্থান : ৰাজনন্দিনী বৈদ্য, নগাঁও
অষ্টম স্থান : তেজাল আগৰৱাল, নগাঁও
অষ্টম স্থান :উদেষ্ণা বৰদলৈ, নগাঁও
অষ্টম স্থান :নেহা উপাধ্যায়, শোণিতপুৰ
4) শীৰ্ষ দহটা স্থান দখল 55 গৰাকী শিক্ষাৰ্থীৰ নৱম স্থান :ডিভাইন এপি শৰ্মা, বৰপেটা
নৱম স্থান :আকাশ দ্বীপ ভূঞা, দৰং
নৱম স্থান :ধৃতিষ্মান দত্ত, ডিব্ৰুগড়
নৱম স্থান :তবিবুল হক, কামৰূপ গ্ৰাম্য
নৱম স্থান : পাৰ্থ প্ৰতিম বৰা, লখিমপুৰ
নৱম স্থান :বিদিশা নাথ, মৰিগাঁও
নৱম স্থান :সৃষ্টি নন্দা কাশ্যপ, নগাঁও
নৱম স্থান :আৰিয়ন ভূঞা, শিৱসাগৰ
নৱম স্থান : জ্যোতিময় দত্ত, শিৱসাগৰ
নৱম স্থান : অনাসূয়া ঠাকুৰীয়া, কামৰূপ মেট্ৰ’
দশম স্থান : অলমিনা খাতুন, বৰপেটা
দশম স্থান : অনুভৱ কপিল, বঙাইগাঁও
দশম স্থান :বিশ্বদ্বীপ নাথ, কাছাৰ
দশম স্থান :অনন্যা ভৰদ্বাজ, ডিব্ৰুগড়
দশম স্থান :অনিকংকনা গগৈ, ডিব্ৰুগড়
দশম স্থান : অয়ন মিত্ৰ, লখিমপুৰ
5) শীৰ্ষ দহটা স্থান দখল 55 গৰাকী শিক্ষাৰ্থীৰ দশম স্থান :কৌস্তভ জ্যোতি নাথ, মৰিগাঁও
দশম : উদিতি দাস, নগাঁও
দশম : দিব্যজ্যোতি লহকৰ, নলবাৰী
দশম : ধৃতিস্মিতা ডেকা, নলবাৰী
দশম :হিমাংশু দাস, শিৱসাগৰ
দশম :ৰক্তোৎপল বৰা, শিৱসাগৰ
দশম: কল্লোল বিশ্বাস, তেজপুৰ
দশম :সৌৰভ বৰ্মন, কামৰূপ মেট্ৰ’
দশম :মায়াংক আগৰৱাল, কামৰূপ মেট্ৰ’
দশম :জুৰিস্মা চক্ৰৱৰ্তী, কামৰূপ মেট্ৰ’
দশম :অনুৰাগ বৰা, মাজুলী
দশম :মঃ হাম্মাদুৰ ৰহমান, নগাঁও
এইবাৰ পৰীক্ষাৰ ফলাফল আৰু নম্বৰ তালিকা মুঠ ১৪ টা ৱেবচাইট যোগে ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব (HSLC result websites)। এই ৱেবচাইট ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ নম্বৰ তালিকা ডাউনলোড কৰি ল’ব পাৰিব ।
ৱেবচাইট কেইটা হ’ল -
results.sebaonline.org
resultsassam.nic.in
www.indiaresults.com
www.results.shiksha
www.assam.shiksha
www.assamonline.in
exametc.com
www.schools9.com
https://iresults.net
assamjobalerts.com
assamresult.in
necareer.com
www.jagranjosh.com
www.vidyavision.com
এইবাৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত মুঠ ৪,৩১,১৩২ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ ৪,১৯,৮৮৭ গৰাকী পৰীক্ষাৰ্থী । ইয়াৰ ১ লাখ ৯৫ হাজাৰ ১৮১ গৰাকী ছাত্ৰ আৰু ২ লাখ ২৪ হাজাৰ ৭০৬ গৰাকী ছাত্ৰী ।
সেইদৰে হাইমাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ ১১,২৪৫ গৰাকী শিক্ষাৰ্থী । ইয়াৰে ৪,১৯৯ জন ছাত্ৰ আৰু ৭,০৪৬ গৰাকী ছাত্ৰী । ছাত্ৰৰ তুলনাত ছাত্ৰীৰ সংখ্যা বেছি ।
লগতে পঢ়ক :আজি ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল