অসম

assam

ETV Bharat / state

গ্ৰীষ্মৰ আগমণ - etv bharat

থলুৱা শীতল পানীয় ব্যৱসায়ীৰ তৎপৰতা

গ্ৰীষ্মৰ আগমণ

By

Published : Mar 8, 2019, 10:37 PM IST

৮ মাৰ্চ, ফেব্ৰুৱাৰীঃ ফাগুন মাহৰ শেষৰ ফালে মহানগৰীলৈ ক্ৰমাৎগ্ৰীষ্মৰ আগমণ ঘটিছে । শীতৰ দিন শেষ হোৱাৰ সংকেট পাই গ্ৰীষ্মৰ প্ৰকোপৰ পৰা হাত সাৰিবলৈ ভিন্ন পন্থা লৈছে মহানগৰবাসীয়ে। দিনটোৰ প্ৰখৰ ৰ'দত কুঁহিয়াৰ ৰস আৰু নাৰিকলৰ পানী খাই পিয়াঁহ পলুৱাইছে ৰাইজে।

গ্ৰীষ্মৰ আগমণ


আনহাতে গৰমৰ দিন অহাৰ লগে লগে সকাহ পাইছে শীতল পানীয় ব্যৱসায়ী সকলে । গৰম দিন আহিলেই ঘৰখনৰ বাবে উপাৰ্জন কৰিব পাৰে পৰ্যাপ্ত । বিক্ৰীৰ চাহিদা বঢ়াৰ লগে লগে উপাৰ্জন বৃদ্ধি হয় ব্যৱসায়ী সকলৰ । উল্লেখ্য যে গৰমৰ দিনে এইবাৰ কিদৰে প্ৰভাৱ পেলাব ইতিমধ্যে ইয়াৰ উমান পোৱা গৈছে কাৰণ বাঢ়ি অহা গোলকীয় উষ্ণতাই এতিয়া প্ৰভাৱ পেলাইছে সমগ্ৰ পৃথিৱীত।

ABOUT THE AUTHOR

...view details