গুৱাহাটী, 5 জুনঃ সমগ্ৰ পৃথিৱীৰ লগতে মহানগৰীৰ মাছখোৱাস্থিত ঈদগাহ মৈদানত ঐক্যতা, শান্তি আৰু ভ্ৰাতৃত্ববোধৰ প্ৰাৰ্থনাৰে সহস্ৰাধিক লোকে ঈদৰ নামাজ পঢ়ে । বিশ্ব শান্তি, প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ পবিত্ৰ দিনটোত আল্লাৰ ওচৰত সকলোৱে দোৱা কৰে ।
মহানগৰীতো পালন ঈদ-উল-ফিতৰ - ঈদগাহ মৈদান
বিশ্ব শান্তি, প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ পবিত্ৰ দিনটোত আল্লাৰ ওচৰত সকলোৱে দোৱা কৰে ।

মহানগৰীত ঈদ-উল-ফিতৰ!
মহানগৰীত ঈদ-উল-ফিতৰ!
আৰু পঢ়কঃ ঈদৰ দিনা মহানগৰীত এটি কণমানিৰ গছ পুলি বিতৰণ
সামূহিক নামাজৰ পিচত ইছলাম ধৰ্মাৱলম্বীলোকসকলে ইজনে সিজনক সাবটি ঈদ-উল-ফিতৰৰ শুভেচ্ছা জনায়।