গুৱাহাটী, 28 এপ্ৰিলঃ শিলপুখুৰীৰ পৰা দীঘলীপুখুৰীলৈ অভিনন্দন ফাউণ্ডেচন নামৰ বেচৰকাৰী সংস্থাই শিশুৰ ওপৰত সংঘটিত যৌন নিৰ্যাতন আৰু শিশু সৰবৰাহ বন্ধৰ কৰাৰ দাবীত গুৱাহাটীত এক শান্তি সমদল উলিয়ায়।
মহানগৰীত শিশু অধিকাৰৰ হকে শান্তি সমদল - শান্তি সমদল
দেওবাৰে শিশুৰ ওপৰত যৌন নিৰ্যাতন আৰু শিশু সৰবৰাহৰ বিৰুদ্ধে গুৱাহাটীত এক শান্তি সমদল উলিওৱা হয় ৷ লপুখুৰীৰ পৰা দীঘলীপুখুৰীলৈ অভিনন্দন ফাউণ্ডেচন নামৰ এটা বেচৰকাৰী সংস্থাই এই সমদল উলিয়ায় ৷
![মহানগৰীত শিশু অধিকাৰৰ হকে শান্তি সমদল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3130148-thumbnail-3x2-jk.jpg)
শিশু যৌন নিৰ্যাতন আৰু শিশু সৰবৰাহৰ বিৰোধীতাৰে শান্তি সমদল
শিশু যৌন নিৰ্যাতন আৰু শিশু সৰবৰাহৰ বিৰোধীতাৰে শান্তি সমদল
আৰু পঢ়ক ভোটাৰক ধন দি প্ৰলোভিত কৰাৰ চেষ্টা কংগ্ৰেছ প্ৰাৰ্থীৰ
কণ কণ শিশুৱে এই সমদলত অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে ভাৰতবর্ষত হৈ থকা শিশু যৌন নিৰ্যাতন আৰু শিশু সৰবৰাহৰ বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে বুলিও উদ্যোক্তাসকলে দাবী কৰে ৷