গুৱাহাটী, ৪ মেঃ গুৰুতৰভাৱে অসুস্থ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদ। দেওবাৰে পুৱা গুৱাহাটী গান্ধীবস্তিস্থিত নিজ গৃহত অসুস্থ হৈ পৰে প্ৰাক্তন অধ্যক্ষগৰাকী ৷ ফলত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় নেমকেয়াৰ হাস্পতালত।
বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদ চিকিৎসাধীন - বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ
চৰকাৰে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষগৰাকীৰ চিকিৎসাৰ দায়িত্ব লোৱাৰ কথা ঘোষণা কৰিছে যদিও চৰকাৰৰ এই সাহায্য পৰিয়ালে গ্ৰহণ নকৰে বুলি সিদ্ধান্ত লোৱাৰ কথা জানিব পৰা গৈছে । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য প্ৰকাশ কৰা নাই পৰিয়ালৰ লোকে।
নেমকেয়াৰ হাস্পাতালৰ আই চি ইউত চিকিৎসাধীন বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদ
আনহাতে চৰকাৰে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষগৰাকীৰ চিকিৎসাৰ দায়িত্ব লোৱাৰ কথা ঘোষণা কৰিছে যদিও চৰকাৰৰ এই সাহায্য পৰিয়ালে গ্ৰহণ নকৰে বুলি সিদ্ধান্ত লোৱাৰ কথা জানিব পৰা গৈছে । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য প্ৰকাশ কৰা নাই পৰিয়ালৰ লোকে।