অসম

assam

ETV Bharat / state

"হীমেন্দ্ৰ বৰঠাকুৰৰ নাট্যসম্ভাৰ আৰু আলোচনা" শীৰ্ষক গ্ৰন্থ উন্মোচন

ডা: নিশিগন্ধা তালুকদাৰৰ "হীমেন্দ্ৰ বৰঠাকুৰৰ নাট্যসম্ভাৰ আৰু আলোচনা" শীৰ্ষক গ্ৰন্থ উন্মোচন ৷

"হীমেন্দ্ৰ বৰঠাকুৰৰ নাট্যসম্ভাৰ আৰু আলোচনা" শীৰ্ষক গ্ৰন্থ মুকলি

By

Published : Mar 31, 2019, 9:51 PM IST

গুৱাহাটী, 31 মাৰ্চঃ দেওবাৰে সাহিত্য সভা ভৱনৰ নেহা আগৰৱালা প্ৰেক্ষাগৃহত উন্মোচন কৰা হয় ডা: নিশিগন্ধা তালুকদাৰৰ "হীমেন্দ্ৰ বৰঠাকুৰৰ নাট্যসম্ভাৰ আৰু আলোচনা" শীৰ্ষক গ্ৰন্থখন ৷ ডা: সীতানাথ লহকৰৰ সভাপতিত্বত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সাংবাদিক দিলীপ চন্দনে ৷গ্ৰন্থ উন্মোচনী সভাতসাহিত্য সভাৰ সভাপতি ড৹পৰমানন্দ ৰাজবংশী, ড৹ পোনা মহন্তকে ধৰিবহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে ৷

"হীমেন্দ্ৰ বৰঠাকুৰৰ নাট্যসম্ভাৰ আৰু আলোচনা" শীৰ্ষক গ্ৰন্থ মুকলি

উল্লেখ্য যে, গল্প,নাট্য গৱেষক হিচাপে প্ৰতিষ্ঠা লাভ কৰা ডা: নিশিগন্ধা তালুকদাৰে ইয়াৰ পূৰ্বেও কেইবাখনো গ্ৰন্থ লিখি বহুলভাৱে জনপ্ৰিয়তা লাভ কৰিছে ৷

ABOUT THE AUTHOR

...view details