অসম

assam

By

Published : May 16, 2019, 9:30 PM IST

ETV Bharat / state

গুৱাহাটী প্ৰেছ ক্লাবত অসম সংগ্ৰামী মঞ্চৰ সংবাদমেল

তেওঁলোকৰ অভিযোগ কেন্দ্ৰীয় চৰকাৰে তৈলক্ষেত্ৰ, বেংকৰ মূল কাৰ্যালয়সমূহ কলিকতালৈ স্থানান্তৰ কৰিছে ৷ ফলত তৈলক্ষেত্ৰ আৰু বেংকিং খণ্ডত উত্তৰ পূৰ্বাঞ্চলৰ সকলো ক্ষমতা শেষ হ'বলৈ ধৰিছে ।

গুৱাহাটী প্ৰেছ ক্লাবত অসম সংগ্ৰামী মঞ্চৰ সংবাদমেল

গুৱাহাটী, 16 মেঃ "উত্তৰ পূৰ্বাঞ্চলক প্ৰশাসনীয়ভাৱে কেন্দ্ৰীয় চৰকাৰে পংগু কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে । যাৰ ফলত আগষ্টৰ পৰা আত্মনিয়ন্ত্ৰণ অধিকাৰৰ বাবে সংগ্ৰাম আৰম্ভ কৰা হ'ব।" এই মন্তব্য অসম সংগ্ৰামী মঞ্চৰ । বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হ'ল সংগঠনটো ।

গুৱাহাটী প্ৰেছ ক্লাবত অসম সংগ্ৰামী মঞ্চৰ সংবাদমেল

তেওঁলোকৰ অভিযোগ কেন্দ্ৰীয় চৰকাৰে তৈলক্ষেত্ৰ, বেংকৰ মূল কাৰ্যালয়সমূহ কলিকতালৈ স্থানান্তৰ কৰিছে ৷ ফলত তৈলক্ষেত্ৰ আৰু বেংকিং খণ্ডত উত্তৰ পূৰ্বাঞ্চলৰ সকলো ক্ষমতা শেষ হ'বলৈ ধৰিছে । শেহতীয়াকৈ ১৬২ টা বেংকৰ মাণ্ডলিক কাৰ্যালয় কলিকতালৈ নিয়াৰ ষড়যন্ত্ৰ কেন্দ্ৰীয় চৰকাৰৰ । সেয়ে চৰকাৰক বিৰোধিতা কৰি আগষ্ট মাহৰ পৰা স্বঅধিকাৰৰ বাবে সংগ্ৰাম কৰি যাব সংবাদ মেলত অসম সংগ্ৰামী মঞ্চৰ সদস্যই মন্তব্য কৰে ।

ABOUT THE AUTHOR

...view details