অসম

assam

ৰাজ্যিক কৰ্মচাৰীৰ বাবে সুখবৰঃ ৫ শতাংশকৈ বাঢ়িল মৰগীয়া বানচ

ৰাজ্যিক কৰ্মচাৰীৰ বাবে সুখবৰঃ মৰগীয়া বানচ বৃদ্ধি পালে ৫ শতাংশ ৷ নতুন বানচ বৃদ্ধিৰ ঘোষণা কৰাৰ লগে লগে সামগ্ৰিক ভাৱে ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ ১৭ শতাংশলৈ বৃদ্ধি পালে ।

By

Published : Oct 22, 2019, 8:09 PM IST

Published : Oct 22, 2019, 8:09 PM IST

৫ শতাংশকৈ বাঢ়িল মৰগীয়া বানচ

গুৱাহাটী, ২২ অক্টোবৰঃ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ। ৰাজ্যিক কৰ্মচাৰীসকলৰ মৰগীয়া বানচ আৰু পেঞ্চনাৰ সকলৰ মৰগীয়া সকাহ চৰকাৰে আৰু ৫ শতাংশ বৃদ্ধি কৰিছে। মঙলবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে এই কথা। ২০১৯ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। মঙলবাৰে চৰকাৰে এই নতুন বানচ বৃদ্ধিৰ ঘোষণা কৰাৰ লগে লগে সামগ্ৰিক ভাৱে ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ ১৭ শতাংশলৈ বৃদ্ধি পালে ।

ৰাজ্যিক কৰ্মচাৰীৰ বাবে সুখবৰঃ ৫ শতাংশকৈ বাঢ়িল মৰগীয়া বানচ

ABOUT THE AUTHOR

...view details