অসম

assam

ETV Bharat / state

ৰাজ্যত পুনৰ 23 জনৰ দেহত কৰ'ণা ভাইৰাছ - 23 জনৰ দেহত কৰ'ণা

ৰাজ্যত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 1384 জনলৈ বৃদ্ধি ৷

ASSAM COVID19 TOTAL UPDATE:23 new cases
ৰাজ্যত পুনৰ 23 জনৰ দেহত কৰ'ণা

By

Published : Jun 1, 2020, 12:34 PM IST

নিউজ ডেস্ক,1 জুনঃ ৰাজ্যত পুনৰ বৃদ্ধি পালে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৷ নতুনকৈ 23 জনৰ শৰীৰত ধৰা পৰিল কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ ইয়াৰে 11 গৰাকী বৰপেটাৰ, 5 গৰাকী ওদালগুৰিৰ, 3 গৰাকী ধুবুৰীৰ, 3 গৰাকী দৰঙৰ আৰু 1গৰাকী শোণিতপুৰৰ ৷

বৰ্তমান ৰাজ্যত মুঠ 1384 গৰাকীলৈ বৃদ্ধি পালে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৷ ইয়াৰ ভিতৰত আৰোগ্য লাভ কৰিছে 185 গৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details