অসম

assam

ETV Bharat / state

ৰাজ্যত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 29,921 লৈ বৃদ্ধি - কৰ’ণাত আক্ৰন্তৰ সংখ্যা

ৰাজ্যত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে কৰ’ণাত আক্ৰন্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ আতংকিত হৈ পৰিছে ৰাইজ ৷

ASSAM COVID UPDATE
ৰাজ্যত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 29,921 লৈ বৃদ্ধি

By

Published : Jul 25, 2020, 2:57 PM IST

নিউজ ডেস্ক,25 জুলাইঃ ৰাজ্যত ভয়াৱহ ভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰা’ণত আক্ৰান্তৰ সংখ্যা ৷ শুকুৰবাৰৰ দিনটোত 1,130 গৰাকীৰ দেহত ক’ভিড-19 পজিটিভ ধৰা পৰে ইয়াকে লৈ ৰাজ্যত ক’ভিড-19 আক্ৰান্তৰ সংখ্যা 29,921 গৰাকীলৈ বৃদ্ধি পালে ৷ আনহাতে শুকুৰবাৰৰ দিনটোতে 1,062 গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে বৰ্তমান ৰাজ্যখনত 21,761 গৰাকীৰ ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷

ইপিনে বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত 8,081 গৰাকী চিকিৎসাধীন হৈ আছে ৷ মহামাৰী কৰ‘ণাৰ ফলত ৰাজ্য খনত 76 গৰাকী ৰোগীয়ে মৃত্যুক আকোঁৱালি লৈছে ৷

লগতে পঢ়কঃ পাৰ্কৰ পুখুৰীত উদ্ধাৰ শিক্ষকৰ মৃতদেহ

ABOUT THE AUTHOR

...view details