অসম

assam

By

Published : Jun 3, 2020, 10:49 AM IST

ETV Bharat / state

ৰাজ্যত COVID-19 ত আক্ৰান্তৰ সংখ্যা 1561লৈ বৃদ্ধি

মঙলবাৰ পৰ্যন্ত 337 গৰাকী লোকে আৰোগ্য লাভ কৰাত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ৷ বৰ্তমানো ৰাজ্যখনত 1217 গৰাকী লোক COVID-19 ত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে ৷

ASSAM COVID UPDATE
আক্ৰান্তৰ সংখ্যা 1561লৈ বৃদ্ধি

নিউজ ডেক্স, 3 জুনঃ মঙলবাৰৰ দিনটোত ৰাজ্যত 48 গৰাকী লোক নতুনকৈ আক্ৰান্ত হ'ল কোভিড-19 ত ৷ আক্ৰান্ত সকলৰ 13 গৰাকী বিশ্বানথৰ, 9 গৰাকী পশ্চিম কাৰ্বি আংলঙৰ, 7 গৰাকী কৰিমগঞ্জৰ, 4 গৰাকী হোজাইৰ আৰু এগৰাকী কাছাৰ জিলাৰ ৷ আহত সকলৰ 9 গৰাকীৰ পৰিচয় এতিয়াও চিনাক্ত হ'বলৈ বাকী আছে ৷

আক্ৰান্তৰ সংখ্যা 1561লৈ বৃদ্ধি

বৰ্তমানলৈ ৰাজ্যখনত সৰ্বমুঠ 1561 গৰাকী লোক COVID-19ত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 4 গৰাকী লোকৰ ৷ মঙলবাৰ পৰ্যন্ত 337 গৰাকী লোকে আৰোগ্য লাভ কৰাত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ৷ বৰ্তমানো ৰাজ্যখনত 1217 গৰাকী লোক COVID-19 ত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে ৷

ABOUT THE AUTHOR

...view details