নিউজ ডেস্ক,2 আগষ্টঃ ক’ভিড-19 আক্ৰান্ত হৈ নতুন দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আশু-আৰোগ্য কামনা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
অমিত শ্বাহৰ আশু-আৰোগ্য কামনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - ক’ভিড-19 আক্ৰান্ত হৈ নতুন দিল্লীৰ এখন চিকিৎসালয়
ক’ভিড-19 আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আশু-আৰোগ্য কামনা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

অমিত শ্বাহৰ আশু-আৰোগ্য কামনা সৰ্বানন্দ সোণোৱালৰ
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শক্তিশালী আৰু সাহসী নেতাই অচিৰেই ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠিব বুলি আশা প্ৰকাশ কৰে ৷
লগতে পঢ়কঃ মহানগৰীৰ পাণ্ডুত ব্ৰহ্মপুত্ৰত পৰি নিৰুদ্দেশ হ'ল যুৱকঃ উদ্ধাৰ অভিযান অব্যাহত