অসম

assam

ETV Bharat / state

২৬টা বিষয়ৰ ওপৰত অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

UPSCৰ আৰ্হিত হ'ব APSCৰ পৰীক্ষা  ১৯৮৯ চনৰ পিছত APSCৰ আইন সংশোধন ...

UPSCৰ আৰ্হিত হ'ব APSCৰ পৰীক্ষা

By

Published : Jul 22, 2019, 9:03 PM IST

Updated : Jul 22, 2019, 10:51 PM IST


২৬টা বিষয়ৰ ওপৰত অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জনালে সংবাদ মাধ্যমক

  • ASSAM STATE INDUSTRIAL POLICYত কেবিনেটৰ অনুমোদন
  • চাহ বাগিচাৰ পৰিয়ালে পাব বিনামূল্যে ২কেজি চেনী প্ৰতিমাহে
  • ৱাৰ্ড কমিশ্যনাৰৰ নিৰ্বাচন খেলিবলৈ দুই সন্তানত কৈ অধিক থাকিব নালাগিব
  • উচ্চতৰ মাধ্যমিক পাছ হ'ব লাগিব প্ৰাৰ্থীজন
  • নিৰ্বাচন খেলিবলৈ হ'লে প্ৰাৰ্থীৰ ঘৰত থাকিব লাগিব টয়লেট
  • SC, ST ৰ বাবে প্ৰাৰ্থী হ'ব লাগিব দশম শ্ৰেণী উত্তীৰ্ণ
  • আগৰ খেতিৰ পৰা আতৰিব একনায়কত্ববাদ
  • আগৰ খেতি কৰা আৰু কটাত নাথাকিব নিষেধাজ্ঞা
  • ৩৫বিঘালৈকে মাটিত আগৰ ৰোপন আৰু কাটিবলৈ অনুমতি নালাগে
  • গোলাঘাটত হ'ব আগৰৰ আন্তৰাষ্ট্ৰীয় ট্ৰেড চেণ্টাৰ
  • UPSCৰ আৰ্হিত হ'ব APSCৰ পৰীক্ষা
  • ১৯৮৯ চনৰ পিছত APSCৰ আইন সংশোধন
  • জলসম্পদ বিভাগৰ 3Fত ৮০জন ASST ENGEENIAR লোৱাত অনুমোদন কেবিনেটৰ
  • ৭০জন কনিষ্ঠ অভিযন্তা লোৱাতো অনুমোদন জনালে কেবিনেটে
  • আপোন ঘৰ আচনিৰ জৰিয়তে এজন লোকে ২লাখ ৫০হাজাৰ টকাৰ ৰাজসাহাৰ্য পাব
  • GMC COMMISSIONERৰ সংখ্যা ৬০লৈ বৃদ্ধিৰ সিদ্ধান্ত কেবিনেটৰ
  • পঞ্চায়তৰ দৰমহা পাবলৈ থকা সকলে শীঘ্ৰেই পাব দৰমহা
  • পঞ্চায়তৰ সভাপতি,সদস্য,জিলা পৰিষদ সকলোৰে দৰমহা বৃদ্ধি কৰা হৈছে
  • অসমৰ নতুন চলচিত্ৰ পলিচীত কেবিনেটৰ অনুমোদন
    ২৬টা বিষয়ৰ ওপৰত অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Last Updated : Jul 22, 2019, 10:51 PM IST

ABOUT THE AUTHOR

...view details