গুৱাহাটী, 17 এপ্ৰিল : বাতিল হৈছে চলিত বৰ্ষৰ ৰঙালী বিহুৰ সকলো কাৰ্যসূচী ৷ আৰক্ষী-প্ৰশাসনেও সীমিত সংখ্যক লোকৰ অংশগ্ৰহণেৰে পতাকা উত্তোলন কাৰ্যসুচী অনুষ্ঠিত কৰিয়েই পহিলা বহাগৰ অনুষ্ঠান সামৰিবলৈ আহ্বান জনাইছিল ৷ কোভিড-19 ৰোধৰ বাবে প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি সমগ্ৰ অসমৰ লগতে বৃহত্তৰ হেঙেৰাবাৰী ৰঙালী বিহু সন্মিলনেও বাতিল কৰিলে বিহুৰ কাৰ্যসূচী।
বাতিল হ’ল চলিত বৰ্ষৰ বিহু কাৰ্যসূচী সমূহ - ৰঙালী বিহু
কোভিড-19 ৰোধৰ বাবে বাতিল কৰা হৈছে এই বৰ্ষৰ ৰঙালী বিহুৰ কাৰ্যসূচীসমূহ ৷ প্ৰশাসনে দিয়া নিৰ্দেশ মতে সমগ্ৰ অসমৰ লগতে বৃহত্তৰ হেঙেৰাবাৰী ৰঙালী বিহু সন্মিলনেও বাতিল কৰে এইবাৰৰ বিহুৰ কাৰ্যসূচী ।
বাতিল হ’ল চলিত বৰ্ষৰ বিহু কাৰ্যসূচীসমূহ
লগতে পঢ়ক : লক ডাউন নিয়ন্ত্ৰণত নামিল শিলচৰৰ জিলা উপায়ুক্ত