অসম

assam

ETV Bharat / state

২৮ নৱেম্বৰৰ পৰা বিধানসভাৰ শীতকালীন অধিৱেশন - Assam Assembly Winter session 2019

চলিত বৰ্ষৰ 28 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন ৷ এইবাৰৰ শীতকালীন অধিৱেশনখন চলিব 6 ডিচেম্বৰ পৰ্যন্ত ৷

২৮ নৱেম্বৰৰ পৰা বিধানসভাৰ শীতকালিন অধিবৱেশন

By

Published : Nov 15, 2019, 9:14 PM IST

গুৱাহাটী, 15 নৱেম্বৰঃচলিত বৰ্ষৰ 28 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন ৷ এইবাৰৰ শীতকালীন অধিৱেশনখন চলিব 6 ডিচেম্বৰ পৰ্যন্ত ৷ ইতিমধ্যে ৰাজভৱনৰ পৰা অধিসূচনা জাৰি কৰা হৈছে আগন্তুক শীতকালীন অধিৱেশনৰ বাবে ৷

২৮ নৱেম্বৰৰ পৰা বিধানসভাৰ শীতকালিন অধিবৱেশন

উল্লেখ্য যে, বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই শপত গ্ৰহণ কৰিব উপ-নিৰ্বাচনত জয়ী হোৱা চাৰি নৱ নিৰ্বাচিত বিধায়ক ক্ৰমে- ৰাজেন বৰঠাকুৰ, ৰফিকুল ইছলাম, নৱনীতা সন্দিকৈ আৰু বিজয় মালাকাৰে ৷

ABOUT THE AUTHOR

...view details