অসম

assam

শুকুৰবাৰৰ পৰা বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন

By

Published : Jul 25, 2019, 1:52 PM IST

শুকুৰবাৰ অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন ৷

শুকুৰবাৰৰ পৰা বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন

  • এইবাৰৰ অধিৱেশন হ’ব ছয়দিনীয়া
  • এক্ট ইষ্ট পলিচি সন্দৰ্ভত সদনৰ বাহিৰত মঙলবাৰে হ’ব এখন বৈঠক
  • বৰাক উপত্যকাৰ উন্নয়নক লৈ অধ্যক্ষৰ উদ্যোগত হ’ব সদনত বিশেষ আলোচনা
  • শিশু, বিকাশ, মহিলাৰ নিৰাপত্তা সন্দৰ্ভতো হ’ব আলোচনা
  • বুধবাৰে হ’ব বিধান সভাৰ উপাধ্যক্ষৰ নিৰ্বাচন জনালে অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে
  • ইফালে, বান সাহাৰ্যৰ বাবে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ বিধান সভাৰ অধ্যক্ষই আগবঢ়ালে এমাহৰ দৰমহা
  • বিধানসভা সচিবালয়ৰ সকলো কৰ্মচাৰীয়েও আগবঢ়ালে এদিনৰ দৰমহা
  • সকলো বিধায়কক মুখ্যমন্ত্ৰী সাহায্য পুঁজি টনকিয়াল কৰাৰ আহ্বান অধ্যক্ষৰ

ABOUT THE AUTHOR

...view details