গুৱাহাটী,3 এপ্ৰিল: দেওবাৰে পুৱা 8বজাৰ পৰা আৰম্ভ হৈছিল 2021ৰ অসম বিধান সভা নিৰ্বাচনৰ ভোটগণনা ভোটগণনা প্ৰক্ৰিয়া ৷ ৰাজ্যত পুনৰ শাসনৰ বাঘজৰী ল’বলৈ প্ৰস্তুত হৈছে বিজেপি মিত্ৰজোঁট চৰকাৰে ৷
উল্লেখ্য যে, ৰাজ্যৰ 126খন আসনৰ বাবে হোৱা অসম বিধান সভাৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলৰ লগতে জয়ী হৈছে বিভিন্ন দলৰ প্ৰাৰ্থী সকল ৷ তেওঁলোকৰ ভিতৰত
ভাৰতীয় জনতা পাৰ্টিৰ বিজয়ী প্ৰাৰ্থী সকল হৈছে-
১) ৰাতাবাৰী সমষ্টিত বিজয় মালাকাৰ
২) পাথাৰকান্দি সমষ্টিত কৃষ্ণেন্দু পাল
৩) শিলচৰ সমষ্টিত দ্বিপায়ন চক্ৰৱৰ্তী
৪) ঢলাই সমষ্টিত পৰিমল শুক্লবৈদ্য
৫) উদাৰবন্দ সমষ্টিত মিহিৰকান্তি ছুম
৬) লক্ষীপুৰ সমষ্টিত কৌশিক ৰায়
৭) হাফলং সমষ্টিত নন্দিতা গাৰ্লোছা
৮) বোকাজান সমষ্টিত নোমল মোমিন
৯) হাওৰাঘাট সমষ্টিত দৰছিং ৰংহাং
১০) ডিফু সমষ্টিত বিদ্যাসিং ইংলেং
১১) বৈঠালাংছ' সমষ্টিত ৰূপছিং টেৰণ
১২) বিজনী সমষ্টিত অজয় কুমাৰ ৰয়
১৩) পাটাছাৰকুছি সমষ্টিত ৰঞ্জিত দাস
১৪) পলাশবাৰী সমষ্টিত হেমাংগ ঠাকুৰীয়া
১৫) জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মা
১৬) দিছপুৰ সমষ্টিত অতুল বৰা
১৭) গুৱাহাটী(পূঃ) সমষ্টিত সিদ্ধাৰ্থ ভট্টাচাৰ্য
১৮) হাজো সমষ্টিত সুমন হৰিপ্ৰিয়া
১৯) কমলপুৰ সমষ্টিত দিগন্ত কলিতা
২০) ৰঙিয়া সমষ্টিত ভৱেশ কলিতা
২১) নলবাৰী সমষ্টিত জয়ন্ত মল্ল বৰুৱা
২২) ধৰ্মপুৰ সমষ্টিত চন্দ্ৰমোহন পাটোৱাৰী
২৩) ছিপাঝাৰ সমষ্টিত পৰমানন্দ ৰাজবংশী
২৪) ঢেকীয়াজুলি সমষ্টিত অশোক সিংঘাল
২৫) বৰছলা সমষ্টিত গণেশ লিম্বু
২৬) ৰঙাপাৰা সমষ্টিত কৃষ্ণকমল তাঁতী
২৭) চতিয়া সমষ্টিত পদ্ম হাজৰিকা
২৮) বিশ্বনাথ সমষ্টিত প্ৰমোদ বৰঠাকুৰ
২৯) বিহালী সমষ্টিত ৰঞ্জিত দত্ত
৩০) গহপুৰ অমিয় কুমাৰ ভূঞা
৩১) জাগীৰোড সমষ্টিত পীয়ুষ হাজৰিকা
৩২) মৰিগাঁও সমষ্টিত ৰমাকান্ত দেউৰী
৩৩) নগাঁও সমষ্টিত ৰূপক শৰ্মা
৩৪) বঢ়মপুৰ সমষ্টিত জিতু গোস্বামী
৩৫) হোজাই সমষ্টিত ৰামকৃষ্ণ ঘোষ
৩৬) লামডিং সমষ্টিত শিবু মিশ্ৰ
৩৭) সৰুপথাৰ সমষ্টিত বিশ্বজিত ফুকন
৩৮) গোলাঘাট সমষ্টিত অজন্তা নেওগ
৩৯) খুমটাই সমষ্টিত মৃণাল শইকীয়া
৪০) মাহমৰা সমষ্টিত যোগেন মহন
৪১) সোণাৰি সমষ্টিত ধৰ্মেশ্বৰ কোঁৱৰ
৪২) বিহপুৰীয়া সমষ্টিত অমিয় কুমাৰ ভূঞা
৪৩) লখিমপুৰ সমষ্টিত মানৱ ডেকা
৪৪) ঢকুৱাখনা সমষ্টিত নৱ দ'লে
৪৫) ধেমাজি সমষ্টিত ৰণোজ পেগু
৪৬) জোনাই সমষ্টিত ভূবন পেগু
৪৭) মৰাণ সমষ্টিত চক্ৰধৰ গগৈ
৪৮) ডিব্ৰুগড় সমষ্টিত প্ৰশান্ত ফুকন
৪৯) লাহোৱাল সমষ্টিত বিনোদ হাজৰিকা
৫০) দুলীয়াজান সমষ্টিত তেৰছ গোৱালা
৫১) টিংখাং সমষ্টিত বিমল বৰা
৫২) নাহৰকটীয়া সমষ্টিত তৰংগ গগৈ
৫৩) তিনিচুকীয়া সমষ্টিত সঞ্জয় কিষাণ
৫৪) ডিগবৈ সমষ্টিত সুৰেন ফুকন
৫৫) মাৰ্ঘেৰিটা সমষ্টিত ভাস্কৰ শৰ্মা
৫৬) ডুমডুমা সমষ্টিত ৰূপেশ গোৱালা
৫৭) শদিয়া সমষ্টিত বলীন চেতিয়া
৫৮) যোৰহাট সমষ্টিত হিতেন্দ্ৰনাথ গোস্বামী
৫৯) মাজুলী সমষ্টিত সৰ্বানন্দ সোণোৱাল আৰু
৬০) পানেৰী সমষ্টিত বিশ্বজিত দৈমাৰী ৷
ইফালে কংগ্ৰেছ দলৰ বিজয়ী প্ৰাৰ্থীসকল হৈছে-
১) কৰিমগঞ্জ(উত্তৰ) সমষ্টিত কমলাক্ষ দে পুৰকায়স্থ
২) কৰিমগঞ্জ(দঃ) সমষ্টিত ছিদ্দিক আহমেদ
৩) বৰখলা সমষ্টিত মিছবাহুল ইছলাম লস্কৰ
৪) কাটিগড়া সমষ্টিত খলিলুদ্দিন বৰভূঞা