- খাৰঘুলি জয়পুৰত ভয়ানক দুৰ্ঘটনা
- গেমন ইণ্ডিয়াৰ পাইপ ফাটি আহত দুজন শ্ৰমিক
- পাইপৰ জ্বালাই ভালকৈ নকৰাৰ বাবেই সংঘটিত হয় এই ঘটনা
- সংকটজনক অৱস্থাত নেমকেয়াৰ হাস্পতাললৈ প্ৰেৰণ শ্ৰমিক দুজনক
খাৰঘুলি জয়পুৰত গেমনৰ পাইপলাইনত ভয়ংকৰ দুৰ্ঘটনা - খাৰঘুলি জয়পুৰত
খাৰঘুলি জয়পুৰত ভয়ানক ঘটনা। গেমন ইণ্ডিয়াৰ পাইপ ফাটি আহত দুজন শ্ৰমিক। সংকটজনক অৱস্থাত নেমকেয়াৰ হাস্পতাললৈ প্ৰেৰণ শ্ৰমিক দুজনক । গেমনৰ লোকে পাইপেৰে পানী ভৰাই পৰীক্ষা কৰি থকাৰ সময়তেই সংঘটিত হয় দুৰ্ঘটনাতো ৷
খাৰঘুলি জয়পুৰত ভয়ানক দুৰ্ঘটনা