- গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ তথা প্ৰাক্তন অধ্যাপক টাবুৰাম টাইড
- হৃদৰোগ আৰু নিউমনিয়াত আক্ৰান্ত হৈ হাস্পাতালত ভৰ্তি হ'বলগীয়া হয় শিক্ষাবিদ গৰাকী
- অসমীয়া ভাষা সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰখনত এটি প্ৰাতঃস্মৰণীয় নাম হৈছে টাবুৰাম টাইড
- কটন মহাবিদ্যায়ত ইংৰাজী বিভাগত 18 বছৰ ধৰি অধ্যাপনা কৰিছিল টাবুৰাম টাইডে
- ছেবাৰ অধ্যক্ষৰ আসনতো অধিষ্ঠিত আছিল তেওঁ
- মাধ্যমিক শিক্ষা বিভাগৰো সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল টাবুৰাম টাইডে
- মিছিং সাহিত্য সভাৰ প্ৰতিষ্ঠাপক আছিল টাবুৰাম টাইড
গুৰুত্বৰভাৱে অসুস্থ টাবুৰাম টাইড - টাবুৰাম টাইড
নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন বিশিষ্ট শিক্ষাবিদ টাবুৰাম টাইড
গুৰুত্বৰভাৱে অসুস্থ টাবুৰাম টাইড