অসম

assam

ETV Bharat / state

"মহাৰণ ২০১৯" ত এইবাৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

"কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাই তিলমানো ক্ষতি নকৰে বিজেপিক" জাতীয় সংগঠন, বুদ্ধিজীৱিৰ ভূমিকাক লৈও প্ৰশ্ন সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

By

Published : Mar 30, 2019, 6:20 PM IST

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

"মহাৰণ ২০১৯" ত এইবাৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

  • সাংবাদিক গৌতম বৰুৱাৰ প্ৰশ্ন, মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উত্তৰ
  • "কংগ্ৰেছে মুছলমানক লৈ ৰাজনীতি কৰে"
  • বিজেপিয়ে তেন্তে হিন্দুক লৈ ৰাজনীতি নকৰে নেকি ?
  • উত্তৰত কি কলে সিদ্ধাৰ্থ ভট্টাচাৰ্যই
  • "কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাই তিলমাত্ৰও ক্ষতি নকৰে বিজেপিক"
  • জাতীয় সংগঠন, বুদ্ধিজীৱিৰ ভূমিকাক লৈও প্ৰশ্ন সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ
  • "৭০ টা জাতীয় সংগঠনে অসমৰ কোন ৭০ টা জাতিক প্ৰতিনিধিত্ব কৰে"
  • "অসমৰ ৰাইজে এতিয়া আবেগক প্ৰশ্ৰয় নিদিয়ে"
  • "অসমত এতিয়া আবেগৰ ৰাজনীতি নচলে"
  • অসমৰ ৰাজনৈতিক নেতাৰ মুখত আজিকালি কিয় শুনা যায় অশালীন ভাষা ?
  • এয়া অসমীয়া সংস্কৃতি নে ?
  • কি ক'লে সিদ্ধাৰ্থ ভট্টাচাৰ্যই
    শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

ABOUT THE AUTHOR

...view details