"মহাৰণ ২০১৯" ত এইবাৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য
"কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাই তিলমানো ক্ষতি নকৰে বিজেপিক" জাতীয় সংগঠন, বুদ্ধিজীৱিৰ ভূমিকাক লৈও প্ৰশ্ন সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ
শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য
"মহাৰণ ২০১৯" ত এইবাৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য
- সাংবাদিক গৌতম বৰুৱাৰ প্ৰশ্ন, মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উত্তৰ
- "কংগ্ৰেছে মুছলমানক লৈ ৰাজনীতি কৰে"
- বিজেপিয়ে তেন্তে হিন্দুক লৈ ৰাজনীতি নকৰে নেকি ?
- উত্তৰত কি কলে সিদ্ধাৰ্থ ভট্টাচাৰ্যই
- "কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাই তিলমাত্ৰও ক্ষতি নকৰে বিজেপিক"
- জাতীয় সংগঠন, বুদ্ধিজীৱিৰ ভূমিকাক লৈও প্ৰশ্ন সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ
- "৭০ টা জাতীয় সংগঠনে অসমৰ কোন ৭০ টা জাতিক প্ৰতিনিধিত্ব কৰে"
- "অসমৰ ৰাইজে এতিয়া আবেগক প্ৰশ্ৰয় নিদিয়ে"
- "অসমত এতিয়া আবেগৰ ৰাজনীতি নচলে"
- অসমৰ ৰাজনৈতিক নেতাৰ মুখত আজিকালি কিয় শুনা যায় অশালীন ভাষা ?
- এয়া অসমীয়া সংস্কৃতি নে ?
- কি ক'লে সিদ্ধাৰ্থ ভট্টাচাৰ্যই