গুৱাহাটী, 16 আগষ্টঃ শুকুৰবাৰে পুৱাৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ বিভিন্ন স্থানত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। মহানগৰীৰ মালিগাঁও,ভৰলুমুখ,অনিল নগৰ,নবীন নগৰ,জুৰোড আদি অঞ্চল বুৰ গৈছে বানত। তাৰোপৰি ৰাজপথ সমূহ বানে বুৰাই পেলোৱাৰ ফলত সৃষ্টি হৈছে তীব্ৰ যানজঁটৰ ।
এজাক বৰষুণতে ম্লান মহানগৰীৰ আভিজাত্য - etv bharat assam
মহানগৰীৰ মালিগাঁও,ভৰলুমুখ,অনিল নগৰ,নবীন নগৰ,জুৰোড আদি অঞ্চল বুৰ গৈছে বানত। তাৰোপৰি ৰাজপথ সমূহ বানে বুৰাই পেলোৱাৰ ফলত সৃষ্টি হৈছে তীব্ৰ যানজঁটৰ
এজাক বৰষুণত ম্লান মহানগৰীৰ আভিজাত্য
আনহাতে,চৰকাৰে গুৱাহাটীৰ বান প্ৰতিৰোধৰ নামত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে স্থানীয় বাসিন্দাই। যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে সাধাৰণ ৰাইজ।