অসম

assam

By

Published : Aug 22, 2019, 12:50 AM IST

ETV Bharat / state

পি চিদাম্বৰামৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত কি ক'লে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ?

INX Media কেলেংকাৰীৰ গোচৰত বুধবাৰে চি বি আইয়ে গ্ৰেপ্তাৰ কৰিলে দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰামক ৷ চিদাম্বৰামৰ গ্ৰেপ্তাৰৰ বিষয়টো ৰহস্যজনক আৰু ষড়যন্ত্ৰমূলক আখ্যা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ ৷

পি চিদাম্বৰামৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত কি ক'লে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ?

পি চিদাম্বৰামৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত কি ক'লে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ?

গুৱাহাটী,22 আগষ্টঃ পি চিদাম্বৰামক চি বি আইয়ে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া ৷ পি চিদাম্বৰামৰ কাৰ্যকালত যদি তেখেতে অনিয়ম, দুৰ্নীতিৰ কাষ চাপিছিল আৰু তেওঁ যদি দোষী হয় তেনেহ'লে,আইনে যি ব্যৱস্থা গ্ৰহণ কৰে তাত আমাৰ ক'বলগীয়া একো নাই বুলি উল্লেখ কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ ইয়াৰোপৰি, সম্পূৰ্ণ বিষয়টো পৰ্যবেক্ষণ কৰিলে এক ৰহস্যজনক আৰু ৰাজনৈতিক ষড়যন্ত্ৰ থকা যেন অনুভৱ হয় বুলি মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জনে ৷

ABOUT THE AUTHOR

...view details