গুৱাহাটী, 4 অক্টোবৰ :APDCL ৰ কেলেংকাৰীত নাম সাঙুৰ খাই পৰা 10 গৰাকী প্ৰাৰ্থীক সোমবাৰে জেৰা কৰে মুখ্যমন্ত্ৰী তদাৰকী কোষে ৷ এই 10 গৰাকী প্ৰাৰ্থীয়ে APDCL ৰ পৰীক্ষাত ধনৰ লেনদেন কৰাৰ তথ্য লাভ কৰিছিল মুখ্যমন্ত্ৰী তদাকৰী কোষে ৷ মুখ্যমন্ত্ৰী তদাকৰী কোষে APDCL ৰ পৰীক্ষাত মুঠ 300 গৰাকীৰ বিৰুদ্ধে ধনৰ লেদদেন কৰা তথ্য লাভ কৰিছিল ৷ ইয়াৰে ১২৪ প্ৰাৰ্থীলৈ চমন প্ৰেৰণ কৰা হৈছিল ৷ তাৰে 10 গৰাকীক জেৰা কৰে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৷
লগতে পঢ়ক:APDCL কেলেংকাৰী : দীপাংকৰ দিহিঙীয়াক লগত লৈ বিজুলী ভৱনত CM ভিজিলেন্সৰ অভিযান