- 1951 চনক ভিত্তি বৰ্ষ বিৰোধিতা খিলঞ্জীয়া সুৰক্ষা মঞ্চ অসমৰ
- অসমত বসবাস কৰি অহা জাতি জনগোষ্ঠীক খিলঞ্জীয়া বুলি ধৰক
- 1971 চনৰ পিচত যিসকল আহিছে তেওঁলোক বিদেশী
- হিন্দুৱেই হওক মুছলমানেই হওক বহিস্কাৰ কৰিব লাগে
- হিন্দু বাংলাদেশীক লৈ ৰাজনীতি কৰিব নালাগে- অনুপ চেতিয়া
- বিদেশী বুলি চিনাক্ত সকলক চৰকাৰে কি কৰিব এতিয়াই সিদ্ধান্ত লওক
1971 চনৰ পিচত যিসকল আহিছে তেওঁলোক বিদেশীঃ অনুপ চেতিয়া - 1971 চনৰ পিচত যিসকল আহিছে তেওঁলোক বিদেশী
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আলফাৰ সাধাৰণ সম্পাদক তথা খিলঞ্জীয়া সুৰক্ষা মঞ্চ অসমৰ মুখ্য আহ্বায়ক অনুপ চেতিয়াই ৷
হিন্দুৱেই হওক মুছলমানেই হওক বহিস্কাৰ কৰিব লাগে
Last Updated : Sep 6, 2019, 5:36 PM IST