গুৱাহাটী,৮ অক্টোবৰ: ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াত অব্যাহত আছে অসমৰ চমকপদ সাফল্য(Assam success in national level sports continues) । গুজৰাটত অনুষ্ঠিত হৈ থকা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ তাৰকা সাঁতোৰবিদ শিৱাংগী শৰ্মাই অৰ্জন কৰিলে স্বৰ্ণপদক(Swimmer Shivangi Sharma wins gold medal) । মহিলাৰ ১০০ মিটাৰ ফ্ৰিষ্টাইলত শিৱাংগী শৰ্মাই শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰি এই পদক লাভ কৰে ।
ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ সাঁতোৰবিদ শিৱাংগী শৰ্মাৰ স্বৰ্ণপদক - Assam success in national level sports continues
চাইক্লিং ৰোড ৰেচত চয়নিকা গগৈয়ে লাভ কৰে ৰূপৰ পদক(Sayanika Gogoi wins silver medal) । অসমৰ স্বৰ্ণপদকৰ সংখ্যা ৭লৈ বৃদ্ধি হৈছে । অসমে এইপৰ্যন্ত লাভ কৰিছে ৭টা স্বৰ্ণ, ৮টা ৰূপ আৰু ৫টা ব্ৰঞ্জ । পদক লাভৰ তালিকাত দেশৰ ভিতৰত চৈধ্য নং স্থানত আছে অসম ।
ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ সাঁতোৰবিদ শিৱাংগী শৰ্মাৰ স্বৰ্ণপদক
আনহাতে ৰাষ্ট্ৰীয় ক্ৰীড়াত আজি অসমৰ খেলুৱৈয়ে আন এক সফলতা অৰ্জন কৰে । চাইক্লিং ৰোড ৰেচত চয়নিকা গগৈয়ে লাভ কৰে পদক(Sayanika Gogoi wins silver medal) । চয়নিকাই ৰূপৰ পদক লাভ কৰে । সম্প্ৰতি অসমৰ স্বৰ্ণপদকৰ সংখ্যা ৭লৈ বৃদ্ধি হৈছে । অসমে এইপৰ্যন্ত লাভ কৰিছে ৭টা স্বৰ্ণ, ৮টা ৰূপ আৰু ৫টা ব্ৰঞ্জ । পদক লাভৰ তালিকাত দেশৰ ভিতৰত চৈধ্য নং স্থানত আছে অসম ।
লগতে পঢ়ক:লভিতা নাটক কাৰ ! জ্যোতিপ্ৰসাদ আগৰৱালাৰ নে অভিজিৎ ভট্টাচাৰ্যৰ ?