অসম

assam

ETV Bharat / state

" চলো পল্টাই " বিৰুদ্ধে আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ ! - অসম নিউজ

অসমীয়া ভাষাৰ বিপৰীতে " চলো পল্টাই " ৰ ষড়যন্ত্ৰ কৰা সকলৰ বিৰুদ্ধে সকলো একত্ৰিত হৈ কৰা প্ৰতিবাদক প্ৰশংসা কৰে আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চই

আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ

By

Published : Jun 9, 2019, 8:20 PM IST

গুৱাহাটী, 9 জুনঃ আগন্তুক তিনিমাহৰ ভিতৰত গঠন হ'ব আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ প্ৰশাসনীয় জিলা সমিতি ৷ দেওবাৰে মহানগৰীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত এই সিন্ধান্ত গ্ৰহণ কৰে ৷ লগতে অসমীয়া ভাষাৰ বিপৰীতে " চলো পল্টাই " ৰ ষড়যন্ত্ৰ কৰা সকলৰ বিৰুদ্ধে সকলো একত্ৰিত হৈ কৰা প্ৰতিবাদক প্ৰশংসা কৰে আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চই । ইয়াৰ উপৰিও আঞ্চলিকতাবাদ ৰাজনীতিৰ ধাৰাটো অধিক শক্তিশালী কৰিবলৈ সকলো সৰু বৰ আঞ্চলিক দল শক্তিয়ে মিলি কাম কৰাৰ পোষকতা কৰে আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চই ৷

আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ

ABOUT THE AUTHOR

...view details